Skip to content
আলে ইমৰাণ /

আয়াত 172

3 : 172

আয়াত 172 of আলে ইমৰাণ (3 : 172). This page carries the verse in the Uthmani script with a translation of its meaning, at a stable URL that can be cited on its own.

আলে ইমৰাণ আয়াতসমূহ 200
ছুৰা · আলে ইমৰাণ
অসমীয়া · Rafeeq
3 : 172

ٱلَّذِينَ ٱسۡتَجَابُواْ لِلَّهِ وَٱلرَّسُولِ مِنۢ بَعۡدِ مَآ أَصَابَهُمُ ٱلۡقَرۡحُۚ لِلَّذِينَ أَحۡسَنُواْ مِنۡهُمۡ وَٱتَّقَوۡاْ أَجۡرٌ عَظِيمٌ

যিসকলে আহত হোৱাৰ পিছতো আল্লাহ আৰু ৰাছুলৰ আহ্বানত সঁহাৰি দিছিল। তেওঁলোকৰ মাজৰ যিসকলে সৎকৰ্ম কৰিছে আৰু তাক্বৱা অৱলম্বন কৰিছে, তেওঁলোকৰ বাবে আছে মহাপুৰস্কাৰ।