Skip to content
836 হাদীছ

নবী হাদীছৰ বিশ্বকোষ

ফলাফল ফিল্টাৰ কৰক

836 টাৰ ভিতৰত 2 টা কাৰ্ড

ফিল্টাৰ আঁতৰাওক
Filter
Pick a property to filter by
الفئة المستهدفة1
حجم المحتوى2
التخريج المتعدد3

হাদীছৰ স্তৰ

"পৱিত্ৰতা অৰ্জনৰ পিছত (লজ্জাস্থানৰ পৰা ওলোৱা) মাটিয়া বৰণৰ আৰু হালধীয়া বৰণৰ পানীক আমি একো (হায়েজ হিচাপে) গণ্য কৰা নাছিলোঁ।"
ছহীহ এইবোৰ শব্দৰ সৈতে আবু দাঊদে বৰ্ণনা কৰিছে, কিন্তু বুখাৰীৰ বৰ্ণনাত (بعد الطهر) শব্দটো নাই।
التصنيف الشرعيالحيض والنفاس والاستحاضةموضوعات الحديثأحكام الحيض والنفاس
মই আৰু নবী চাল্লাল্লাহু আলাইহি অছাল্লাম জুনুবী অৱস্থাত একে পাত্ৰৰ পৰা পানী লৈ গোছল কৰিছিলোঁ। তেখেতে মোক হায়েজ অৱস্থাত ইঝাৰ বান্ধি লবলৈ নিৰ্দেশ দিছিল আৰু মোৰ লগত আলিঙ্গন কৰিছিল। ইয়াৰ বাহিৰেও তেখেতে এতেকাফত থকা অৱস্থাত মূৰ উলিয়াই দিছিল আৰু মই হায়েজ অৱস্থাতে তেখেতৰ মূৰ ধুই দিছিলোঁ।
ছহীহ (মুত্তাফাক আলাইহ {বুখাৰী মুছলিম})
التصنيف الشرعيالحيض والنفاس والاستحاضة، أحكام الغسل، الاعتكاف، العشرة بين الزوجينموضوعات الحديثالاعتكاف، أحكام الغسل، أحكام الحيض والنفاس