Skip to content
836 হাদীছ

নবী হাদীছৰ বিশ্বকোষ

ফলাফল ফিল্টাৰ কৰক

836 টাৰ ভিতৰত 4 টা কাৰ্ড

ফিল্টাৰ আঁতৰাওক

হাদীছৰ স্তৰ

"কিয়ামতৰ দিনা সৰ্বপ্ৰথম মানুহৰ মাজত সিহঁতৰ ৰক্তপাত সম্পৰ্কে বিচাৰ ফয়চালা কৰা হ'ব।"
ছহীহ (মুত্তাফাক আলাইহ {বুখাৰী মুছলিম})
"মুমিন ব্যক্তি তেতিয়ালৈকে নিজৰ দ্বীনৰ ক্ষেত্ৰত স্বস্তি অনুভৱ কৰে, যেতিয়ালৈকে কাৰোবাক অন্যায়ভাৱে হত্যা নকৰে।"
ছহীহ (বুখাৰী)
"যিয়ে পাহাৰৰ ওপৰৰ পৰা জাপ মাৰি আত্মহত্যা কৰে, সি জাহান্নামত থাকিব, তাত সি চিৰকাল সেইদৰে জঁপিয়াই থাকিব। যিয়ে বিষ খাই আত্মহত্যা কৰিব, জাহান্নামত এই বিষ তাৰ হাতত থাকিব, চিৰকাল সি সেই বিষ তাত সেৱন কৰিব। এইদৰে যিয়ে লোহাৰ অস্ত্ৰৰে আত্মহত্যা কৰিব, জাহান্নামত সেই অস্ত্ৰ তাৰ হাতত থাকিব, আৰু তাত সি সেইটোৰে চিৰকাল নিজৰ পেটত আঘাত কৰিব।"
ছহীহ (মুত্তাফাক আলাইহ {বুখাৰী মুছলিম})
"তোমালোকৰ মাজৰ কোনেও যেন তাৰ কোনো ভাতৃৰ প্ৰতি অস্ত্ৰ টোঁৱাই ইংগিত নকৰে। কাৰণ সি নাজানে, চয়তানে হয়তো তাৰ হাতত হেঁচা দিব পাৰে। ফলত সি (মুছলিম এজনক হত্যাৰ কাৰণে) জাহান্নামৰ গাঁতত পতিত হ'ব পাৰে।"
ছহীহ (মুত্তাফাক আলাইহ {বুখাৰী মুছলিম})