যেতিয়া তোমালোকৰ মাজৰ কোনোবাই হামি কাঢ়ে তেতিয়া তেওঁ হাতেৰে মুখখন জাপি দিয়া উচিত। কাৰণ সেই সময়ত চয়তান প্ৰৱেশ কৰে।
আবু ছাঈদ আল-খুদৰী ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত, ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছেঃ
"যেতিয়া তোমালোকৰ মাজৰ কোনোবাই হামি কাঢ়ে তেতিয়া তেওঁ হাতেৰে মুখখন জাপি দিয়া উচিত। কাৰণ সেই সময়ত চয়তান প্ৰৱেশ কৰে।"
«إِذَا تَثَاءَبَ أَحَدُكُمْ فَلْيُمْسِكْ بِيَدِهِ عَلَى فِيهِ، فَإِنَّ الشَّيْطَانَ يَدْخُلُ».
আমনি বা ভাগৰ লগা অৱস্থাত হামি কাঢ়িলে কি কৰিব লাগে সেই বিষয়ে দিশ নিৰ্দেশনা দি নবী চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছে যে, সেই সময়ত হাতেৰে মুখখন জাপ মাৰি বন্ধ কৰি ৰাখিব লাগে, কাৰণ সেই সময়ছোৱাত মুখখন খোলা থাকিলে ভিতৰত চয়তান প্ৰৱেশ কৰে। গতিকে হাতেৰে বন্ধ কৰিলে প্ৰৱেশ কৰিব নোৱাৰে।
হামি কঢ়াৰ সময়ত মানুহে সক্ষম অনুযায়ী মুখখন বন্ধ ৰাখিব লাগে যাতে খোল নাখায়। আনহাতে যদি বন্ধ ৰাখিবলৈ সক্ষম নহয় তেন্তে মুখৰ ওপৰত হাত ৰাখি প্ৰতিৰোধ কৰিব লাগে।
সকলো অৱস্থাতে ইছলামে নিয়ম-নীতি ধাৰ্য্য কৰিছে। কিয়নো এইটোৱে হৈছে পূৰ্ণাংগ চৰিত্ৰৰ পৰিচয়।
মানুহৰ ভিতৰত চয়তান প্ৰৱেশ কৰিব পৰা সকলো দুৱাৰৰ পৰা সতৰ্ক কৰা উচিত।
ছহীহ মুছলিম (4/ 2293) (2995).
অধিক (8)
بهجة الناظرين شرح رياض الصالحين.
لسليم الهلالي (2/ 151).
شرح رياض الصالحين.
لابن عثيمين (4/ 436).
تطريز رياض الصالحين.
لفيصل آل مبارك (ص529).
نزهة المتقين شرح رياض الصالحين.
مجموعة من الباحثين (1/ 679).
গ্ৰন্থসমূহত উল্লেখিত
3 গ্ৰন্থসমূহঅধিক (3)
- تحفة الأخيار تحفة الأخيار (ببيان جملة نافعة مما ورد في الكتاب والسنة من الأدعية والأذكار)«إِذَا تَثَاءَبَ أَحَدُكُمْ، فَلْيُمْسِكْ بِيَدِهِ عَلَى فِيهِ، فَإِنَّ الشَّيْطَانَ يَدْخُلُ» [96]
- رياض الصالحينرياض الصالحين مع فوائد وهدايات - 5«إذَا تَثَاءَبَ أحَدُكُمْ فلْيُمْسكْ بيَدِه عَلَىٰ فيهِ، فإنَّ الشَّيْطانَ يَدْخُلُ».
- مجموعة زاد التربية الإسلامية (3)، والسيرة النبوية (3)التربية الإٍسلامية -3- «إِذَا تَثَاءَبَ أَحَدُكُمْ، فَلْيُمْسِكْ بِيَدِهِ عَلَى فِيهِ، فَإِنَّ الشَّيْطَانَ يَدْخُلُ»