56 : 89 فَرَوۡحٞ وَرَيۡحَانٞ وَجَنَّتُ نَعِيمٖ তেন্তে তাৰ বাবে থাকিব বিশ্ৰাম, উত্তম জীৱনোপকৰণ আৰু সুখময় জান্নাত।