Skip to content
ইয়াছীন /

আয়াত 10

36 : 10

আয়াত 10 of ইয়াছীন (36 : 10). This page carries the verse in the Uthmani script with a translation of its meaning, at a stable URL that can be cited on its own.

ইয়াছীন আয়াতসমূহ 83
ছুৰা · ইয়াছীন
অসমীয়া · Rafeeq
36 : 10

وَسَوَآءٌ عَلَيۡهِمۡ ءَأَنذَرۡتَهُمۡ أَمۡ لَمۡ تُنذِرۡهُمۡ لَا يُؤۡمِنُونَ

তুমি সিহঁতক সতৰ্ক কৰা বা নকৰা, সিহঁতৰ বাবে উভয়ে সমান; সিহঁতে ঈমান পোষণ নকৰিব।