Skip to content
ত্বা-হা /

আয়াত 36

20 : 36

আয়াত 36 of ত্বা-হা (20 : 36). This page carries the verse in the Uthmani script with a translation of its meaning, at a stable URL that can be cited on its own.

ত্বা-হা আয়াতসমূহ 135
ছুৰা · ত্বা-হা
অসমীয়া · Rafeeq
20 : 36

قَالَ قَدۡ أُوتِيتَ سُؤۡلَكَ يَٰمُوسَىٰ

তেওঁ ক’লে, ‘হে মুছা! তুমি যি বিচাৰিছা সেয়া তোমাক প্ৰদান কৰা হ’ল।