Skip to content
মাৰয়াম /

আয়াত 50

19 : 50

আয়াত 50 of মাৰয়াম (19 : 50). This page carries the verse in the Uthmani script with a translation of its meaning, at a stable URL that can be cited on its own.

মাৰয়াম আয়াতসমূহ 98
ছুৰা · মাৰয়াম
অসমীয়া · Rafeeq
19 : 50

وَوَهَبۡنَا لَهُم مِّن رَّحۡمَتِنَا وَجَعَلۡنَا لَهُمۡ لِسَانَ صِدۡقٍ عَلِيّٗا

আৰু আমি তেওঁলোকক আমাৰ অনুগ্ৰহ দান কৰিলোঁ, আৰু তেওঁলোকৰ নাম-যশস্যা উচ্চ কৰিলোঁ।