Skip to content

الأَعْلَى

الأسماء الحسنى

সৰ্বোচ্চ সত্ত্বা, মহান

المعنى المختصر

আল-আ'লা (সু-উচ্চ তথা মহান): এইটো এনেকুৱা এটা নাম যিটো সকলো ফালৰ পৰা আল্লাহৰ বাবে যাৱতীয় উচ্চতা সাব্যস্ত হোৱাৰ প্ৰমাণ বহন কৰে। তেওঁ সত্ত্বাগতভাৱেও সৰ্বোচ্চ, শক্তি-সামৰ্থ আৰু ক্ষমতাগতভাৱেও সৰ্বোচ্চ।

أقوال العلماء في المعنى

قال ابنُ تيمية: «والرَّبُّ تعالى لا يَكونُ شيءٌ أَعْلى مِنه قَطّ، بَلْ هُوَ العَلِيُّ الأَعْلى، ولا يَزالُ هو العليُّ الأعلى مع أنّه يَقْرُبُ إلى عِبادِهِ ويَدْنُو مِنهم». وقال ابنُ القيم: «هو الأَعلى بِكُلِّ مَعْنىً مِن مَعاني العُلُوّ». وقال الشيخُ السعديُّ: «دَالٌّ على أنَّ جَميعَ معاني العُلُوّ ثابتةٌ للهِ من كُلِّ وَجْهٍ».